১৫ মে’ৰ ভিতৰত বন্ধ হ’ব পাৰে হোৱাটছএপ!
নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ হোৱাটছএপ বৰ্তমান সকলোৱে ব্যৱহাৰ কৰে। কিন্তু হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। যদি হোৱাটছএপৰ নতুন প্ৰাইভেচি আপডেট গ্ৰহণ নকৰে, তেতিয়া অহা ১৫ মে’ৰ পৰা এই এপটো ব্যৱহাৰ কৰিব নোৱাৰিব।
ইয়াৰ বাবে বিতৰ্কত আছিল হোৱাটছএপ। কিন্তু বিষয়টোৰ ওপৰত নিজৰ স্থিতিত অটল আছে হোৱাটছএপ। জানুৱাৰী মাহতে হোৱাটছএপে জনাইছিল যে ৮…
Read More...