ৰিলায়েন্স জিঅ’ৰ ৯৯৯ টকাত ৪ জি ফোন, ১২৩ টকাত এমাহ
বিশেষ বাৰ্তা, ৪ জুলাই : ২জিমুক্ত ভাৰতৰ পোষকতা কৰি আটাইতকৈ কম দামত ৰিলায়েন্স জিঅ’ই মুকলি কৰিলে ৪জি ফোন। ফোনবিধ হৈছে ‘জিঅ’ ভাৰত ভি২’। 'জিঅ' ভাৰত ভি২'ৰ দাম ৯৯৯ টকা ধাৰ্য কৰা হৈছে। কোৱা হৈছে যে কোম্পানীটোৱে ভাৰতৰ প্ৰায় ২৫ কোটি ২জি গ্ৰাহকৰ প্ৰতি লক্ষ্য ৰাখি এই ফোনটো মুকলি কৰিছে। কোম্পানীটোৱে বিশ্বাস কৰে যে এই গ্ৰাহকসকল বৰ্তমান এয়াৰটেল বা…
Read More...