আপোনাক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব পাৰে Google Maps-ৰ এই সুবিধাই…
যদি আপুনি যিকোনো ধৰণৰ বাহন চলায়, তেনেহ'লে ট্ৰেফিক নিয়মবোৰ অনুসৰণ কৰিবলৈ একেবাৰে নাপাহৰিব। ই কেৱল আপোনাকে নহয় আনসকলকো দুৰ্ঘটনাৰ পৰা সুৰক্ষিত কৰে। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে অত্যাধিক গতিৰ বাবে দুৰ্ঘটনা হোৱাৰ খবৰ প্ৰায়ে শুনিবলৈ পোৱা যায়। সেয়েহে অতি সাৱধানে গাড়ী চলোৱা উচিত। গুগলে আপোনাক অত্যাধিক গতি পৰিহাৰ কৰাত সহায় কৰিব পাৰে। আপুনি হয়তো…
Read More...