১০ মার্চৰ পূর্বে অগপৰ সৈতে হ’ব আসন বুজাবুজি
বিজেপি আৰু মিত্রদলৰ নির্বাচনী আসন বুজাবুজি কেতিয়া সম্পন্ন হ’ব তাক লৈ চলি থকা চর্চাৰ মাজতে অহা ১০ মার্চৰ পূর্বে অগপৰ সৈতে আসন ভাগ–বাটোৱাৰা সম্পন্ন হ’ব বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
মুখ্যমন্ত্রীয়ে কয়– অগপৰ সৈতে ১০ মার্চৰ পূর্বে আসন চূড়ান্ত কৰা হ’ব৷ ইতিমধ্যে বিপিএফৰ লগত আসন ভাগ–বাটোৱাৰা প্রায় চূড়ান্ত হৈছে৷ আনহাতে যৌথ সংগ্রাম…
Read More...