দেশৰ চাৰি ৰাজ্যত বিজেপিৰ নতুন সভাপতি নিযুক্তি
বিজেপিৰ সংগঠনত ডাঙৰ ৰদবদল কৰা হৈছে। বিজেপিয়ে চাৰিখন ৰাজ্যৰ নতুন ৰাজ্যিক সভাপতিৰ নাম ঘোষণা কৰিছে।
সৰদাৰ কেবল সিঙ ধিলনক (Keval Singh Dhillon)ক পঞ্জাব বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।
আনহাতে অভিষেক দেবৰয়ক ত্ৰিপুৰা বিজেপিৰ সভাপতি নিযুক্তি দিয়া হৈছে।
ইয়াৰ উপৰিও অৰ্চনা গুপ্তাক হাৰিয়ানা বিজেপিৰ সভাপতি নিযুক্তি দিয়া হৈছে।
হৰ্ষ…
Read More...