নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটীত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

  • পুৱতিনিশা উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • তীব্ৰবেগী ট্ৰাক আৰু স্কৰপিঅ’ৰ মুখামুখি সংঘৰ্ষ।
  • দুৰ্ঘটনাটোত মালিগাঁৱৰ তিনিজন লোক নিহত।
  • তিনিওজন মালিগাঁৱৰ জনপ্ৰিয় লোক আছিল।
  • নিহতসকলৰ দুজন ঘটনাস্থলীত, আনজনৰ আমিনগাঁও পাটনা হাস্পতালত মৃত্যু হয়।
  • নিহতসকল মালিগাঁও গোশালাৰ কৰুণা বেজবৰুৱা, ৰঞ্জিত দে আৰু পাৰ্থপ্ৰতিম বৰ্মন।
  • নিহত আটাইকেইজন স্কৰপিঅ’খনত আছিল।
  • দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ হৈছে AS 01 DC 3141 আৰু স্কৰপিঅ’খনৰ নম্বৰ হৈছে AS 01 GP 9940।

ডিজিটেল ডেস্ক, ২৮ মে’

You might also like