নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

TRENDING

কামৰূপৰ মান্দাকাটা বেটেলিয়ন কেম্পত অঘটন

কামৰূপ জিলাৰ মান্দাকাটা বেটেলিয়ন কেম্পত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। অৰ্পণা পণ্ডিত নামৰ এগৰাকী মহিলা জোৱানে নিজ শোৱনি কোঠাত আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। বীৰাংগনা হিচাপে কৰ্মৰত আছিল মহিলা জোৱানগৰাকী। ঘটনাটোৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ডিজিটেল ডেস্ক, ২২ এপ্ৰিল
Read More...

মহিলাৰ সুৰক্ষাক লৈ মমতা বেনাৰ্জীক সমালোচনা গৃহমন্ত্ৰীৰ

গৃহমন্ত্ৰী অমিত শ্বাহে আচানচোলৰ কুলটি অঞ্চলত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি সমগ্ৰ পশ্চিম বংগত…

তামিলনাডু-পশ্চিম বংগত নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন

তামিলনাডুৰ ২৩৪খন বিধানসভা আসনৰ লগতে পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ ১৫২খন আসনৰ বাবে আজি সন্ধিয়া ৫ বজাৰ পৰা নিৰ্বাচনী…

হাস্পতালৰ দ্বিতীয় মহলাত অগ্নিকাণ্ড, ৰোগীক সুৰক্ষিত স্থানলৈ স্থানান্তৰ

কলকাতাৰ আনন্দলোক হাস্পতাল (Anandalok Hospital)ত অগ্নিকাণ্ড সংঘটিত হোৱা খবৰ পোহৰলৈ আহিছে। জুই লগাৰ খবৰ পোৱাৰ লগে লগে…

টীয়কত কোটিটকীয়া শিপিনী প্ৰশিক্ষণ কেন্দ্ৰ শ্মশান যাত্ৰা, নীৰৱ দৰ্শক চৰকাৰ-বিভাগ

"আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল"-এই আপ্ত বাক্যশাৰী যেন এশ শতাংশই শুদ্ধ হিচাপে বিবেচিত হৈছে হস্ত-তাঁত…

আফগানিস্তানৰ তাৰকা ক্রিকেটাৰ ৰছিদ খানক ভাৰতীয় নাগৰিকত্বৰ প্রস্তাৱ

ডিজিটেল ডেস্ক, ২১ এপ্রিল : আফগানিস্তানৰ তাৰকা ক্রিকেটাৰ তথা আইপিএলৰ গুজৰাট টাইটানছ দলৰ সদস্য ৰছিদ খানে শেহতীয়াকৈ এক…

সোণাৰিত আজব ঘটনা : মৃত বুলি সৎকাৰ কৰা যুৱক জীৱিত হৈ উভতিল ঘৰলৈ

ডিজিটেল ডেস্ক, ২১ এপ্ৰিল : চৰাইদেউ জিলাৰ সোণাৰিত এক আজব আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মৃত বুলি সৎকাৰ কৰা এজন…

বৃহত্তৰ ধপলিয়া জ্যোতিকুছি ৰঙালী বিহুৰ স্মৃতিগ্রন্থ উন্মোচন নৰেশ কলিতাৰ

জ্যোতিকুছি ধপলীয়াৰ ১নং কার্বি পথত অৱস্থিত উদ্দীপ্ত সংঘ প্রাংগণত ২৮সংখ্যক বৃহত্তৰ ধপলীয়া জ্যোতিকুছি ৰঙালী বিহু…