বৃহত্তৰ ধপলিয়া জ্যোতিকুছি ৰঙালী বিহুৰ স্মৃতিগ্রন্থ উন্মোচন নৰেশ কলিতাৰ
জ্যোতিকুছি ধপলীয়াৰ ১নং কার্বি পথত অৱস্থিত উদ্দীপ্ত সংঘ প্রাংগণত ২৮সংখ্যক বৃহত্তৰ ধপলীয়া জ্যোতিকুছি ৰঙালী বিহু সন্মিলনৰ প্রথম দিনাৰ কার্যসূচী দিনৰ ১২ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হয়৷
পতাকা উত্তোলন কৰে ৰঙালী বিহু সন্মিলনৰ সভাপতি মনুৰাম তুমুঙে৷ দ্বিতীয় কার্যসূচীত শ্বহীদ তর্পণৰ লগতে ‘ভাৰতৰত্ন’ ড০ ভূপেন হাজৰিকাৰ শতবর্ষ জন্মজয়ন্তী উপলক্ষে প্রতিচ্ছবিত…
Read More...