পল্টনবজাৰত পানী টেংকাৰৰ খুন্দাত নিহত ২
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ মহানগৰীৰ পল্টনবজাৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা । বাইকেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা পানী টেংকাৰে খুন্দিওৱাৰ ফলত নিহত হৈ দুজনকৈ যুৱক । মৃত্যু হোৱা ধ্ৰুৱ কলিতা আৰু নিলোৎপল নাথ নামৰ যুৱক দুজনৰ ঘৰ মহানগৰীৰ ফটাশিল আমবাৰীত ।