ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ
- ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ
- থাওৰা জামুকতলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা
- মৃত যুৱকজন থাওৰা মাজগাঁৱৰ পৰাগজ্যোতি গগৈ (২৬)
- ডিমৌ জামুকতলত ৩৭নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত AS 06 M 5695 নম্বৰৰ Eion গাড়ীখনৰ ভিতৰত স্থানীয় লোকে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে পৰাগজ্যোতি গগৈক।
ডিজিটেল ডেস্ক, ২৮ মে’