- কামৰূপৰ আগছিয়া বৰুৱাপাৰাৰ পৰা সন্ধানহীন এজন লোক।
- সন্ধানহীন লোকজনৰ নাম নগেন চন্দ্ৰ বৰুৱা।
- শনিবাৰে দুপৰীয়া নিজৰ চাইকেলখন লৈ ঘৰৰ পৰা ওলাই গৈছিল লোকজন।
- ইয়াৰ পিছৰে পৰা এতিয়ালৈকে কোনো শুংসূত্ৰ পোৱা নাই নগেন চন্দ্ৰ বৰুৱাৰ।
- লোকজনৰ বয়স আনুমানিক ৬০ ঊৰ্ধৰ।
- পৰিয়ালৰ লোকে ওচৰ চাপিছে আজাৰা আৰক্ষীৰ।
- ব্যক্তিজনৰ খবৰ পালে 9859182212-ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে।
ডিজিটেল ডেস্ক, ২৯ জুন