নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীগাঁও আৰক্ষীৰ বৃহৎ সাফল্য

নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ  হাতীগাঁও আৰক্ষীয়ে চাংসাৰিৰ পৰা গ্ৰেপ্তাৰ কৰে বহিঃৰাজ্যৰ বৃহৎ মবাইল চোৰ  চক্ৰ । ঝাৰখণ্ডৰ তিনি চোৰ সহ জব্দ ৩৫ টা দামী মবাইল ফোন। নিশা গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল হাতীগাঁও আৰক্ষীয়ে ।

ধৃত তিনিৰ নাম মটন আনছাৰী, তাছবীৰ শ্বেখ,,ইডুল শ্বেখ।বেছিভাগ মবাইল বেলতলা বজাৰ আৰু ৰেলষ্টেছনৰ সমীপৰ পৰা চুৰি কৰিছিল মবাইল কেইটা ।

You might also like