নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিলায়েঞ্চৰ ফুল পইচা ৱচুল চেল

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ  ৰিলায়েঞ্চে জি’ মার্ট তথা ৰিলায়েঞ্চ ফ্রেছ এণ্ড ৰিলায়েঞ্চ স্মার্ট ষ্ট’ৰৰ জৰিয়তে আগবঢ়াইছে ‘ফুল পইচা ৱচুল চেল (এফ পি ভি এছ) মহোৎসৱ ২০২১’৷ ২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ ইয়াৰ নতুন অত্যাধুনিক ডিজিটেল প্লেটফর্ম, জি’ মার্টৰ দ্বাৰা গ্রাহকে লাভ কৰিব পেকেজ ফুড আইটেম, ঘৰুৱা আৰু ব্যক্তিগত কেয়াৰ আইটেমৰ লগতে ফল–মূল, শাক–পাচলি৷

ফ্রী হোম ডেলিভাৰীৰ সুবিধা উপলব্ধ এই বজাৰৰ ক্ষেত্রত কোনো নূ্যনতম বজাৰৰ সীমা নাই৷ কল্ডড্রিংকছ, বিস্কুট, ড্রাই ফুডছ, ছেম্পো, চাবোন, মছলা আদিৰ ক্ষেত্রত গ্রাহকে সর্বাধিক ৰেহাই লাভ কৰিব৷ মন কৰিব লগা যে ভাৰতবর্ষৰ ২০০ৰো অধিক মহানগৰত বর্তমান জি’ মার্টৰ সেৱা উপলব্ধ৷

You might also like