নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ প্ৰাণহানি

  • ডিমৰীয়াৰ ভৰাগাঁৱৰ NH27ত ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ গ’ল এজনৰ
  • তীব্ৰবেগী কন্টেইনাৰ বাহনে একে দিশেৰে গৈ থকা ট্ৰাকত মাৰে প্ৰচণ্ড খুন্দা
  • ফলত ট্ৰাকখন উফৰি গৈ খুন্দিয়াই বিপৰীত দিশেৰে আহি থকা এখন ছুইফট ডিজায়াৰ বাহনত
  • দুৰ্ঘটনাত ট্ৰাকখনত থকা এজন লোক থিতাতে নিহত হয়
  • গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কণ্টেইনাৰ বাহনৰ চালকজন
  • কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয় ছুইফট ডিজায়াৰ বাহনত আন এগৰাকী লোক
  • এতিয়াও উদ্ধাৰ হোৱা নাই নিহত লোকগৰাকীৰ পৰিচয়।

ডিজিটেল ডেস্ক, ৩ জুলাই

You might also like