নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মুখ্যমন্ত্রীয়ে বিতৰণ কৰিব জিএমচিৰ জাবৰ কঢ়িওৱা বাহন

নিয়মীয়া বাৰ্তা ৫ জুনঃ পৌৰ নিগমে নতুনকৈ ক্রয় কৰা ১০০খন আৱর্জনা কঢ়িওৱা বাহন আজি আনুষ্ঠানিকভাৱে এন জি অ’সমূহক প্রদান কৰা হ’ব৷ এই উপলক্ষে বশিষ্ঠত অনুষ্ঠিত হ’ব লগা এখন সভাত এন জি অ’সমূহক বাহনসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মহানগৰীৰ আৱর্জনা নিষ্কাশন ব্যৱস্থা অধিক সুচল কৰাৰ লক্ষ্যৰে পৌৰ নিগম কর্তৃপক্ষই এই বাহনসমূহ এন জি অ’সমূহক প্রদান কৰিব বুলি জানিবলৈ দিছে৷

You might also like