নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নিৰ্বাচন আৰু কংগ্রেছ

 পশ্চিমবংগৰ ৰাজনীতিত শেহতীয়াকৈ সীতাৰাম য়েছুৰীৰ এষাৰ কথা চর্চাৰ কেন্দ্র হৈ পৰিছে– ভোট শেষ, জোঁট শেষ৷ অর্থাৎ ংগ বিধানসভা নির্বাচনৰ পিছত এতিয়া আৰু কংগ্রেছৰ সৈতে ওপন্থীৰ কোনো মিত্রতা নাই৷ য়েছুৰীৰ দৰে এগৰাকী জ্যেষ্ঠ নেতাৰ মুখত এই ভাষ্য শুনি হত্বাক পশ্চিমবংগৰ কংগ্রেছ নেতৃত্ব৷ তেওঁলোকে ভ্বাই নাছিল যে চি পি এমৰ জ্যেষ্ঠ নেতা এজনে এইদৰে কংগ্রেছক নাকচ কৰ্বি৷ অৱশ্যে ৰাজ্যখনত কংগ্রেছৰ সৈতে মিত্রতা ভংগৰ ােব চি পি এমৰ তৃণমূল পর্যায়ৰ কর্মীৰ প্র্বল হেঁচা আছিল৷ তেওঁলোকৰ মতে, এই মিত্রতাৰ সাফল্য শূন্য৷ ংগত আনুষ্ঠানিকভাৱে মিত্রজোঁট ভংগৰ হু পূর্েব অসমত কংগ্রেছ নেতৃত্বাধীন মহাজোঁট ভংগ হৈছে৷ আজিৰ তাৰিখত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত দ্বিতীয়টো ৰাজনৈতিক দল সক্রিয়তাৰে অংশীদাৰ হৈ থকাৰ কোনো লক্ষণ ফুটি উঠা নাই৷ ভোট শেষ জোঁট শেষ জাতীয় মনোভাব দেখুৱাই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফে কেতিয়াবাই মহাজোঁট এৰিলে৷ দলটোৱে এতিয়া শাসকীয় মিত্রজোঁটৰ অংশীদাৰ হোৱাৰ সুৰুঙা বিচাৰি আছে৷ ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হাতত বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে প্রস্তাৱো দাখিল কৰিছে৷ বিজেপিৰ ফালৰ পৰা এতিয়ালৈকে সিদ্ধান্ত জনোৱা হোৱা নাই৷ এ আই ইউ ডি এফৰ সৈতেও কংগ্রেছৰ মিত্রতাত আউল লাগিছে৷ দুয়োটা দল এতিয়া মহাজোঁটৰ অংশীদাৰ নহয় লিয়েই ক’ পাৰি৷ ওপন্থীকে ধৰি আন আন অংশীদাৰ দলৰো কংগ্রেছ সৈতে দূৰত্ব াঢ়্বিলৈ ধৰিছে৷ অসমতো কংগ্রেছ এতিয়া কার্যতঃ অকলশৰীয়া৷ লক্ষণীয় কথাটো হ’ল, সন্মুখত বিধানসভাৰ ছটা সমষ্টিৰ উপ–র্ন্বিাচন৷ এই অৱস্থাত মিত্রদলৰ সৈতে দূৰত্ব দ্ধি া দ্ধিৰ প্রচেষ্টা কংগ্রেছৰ ােব সুখকৰ নহ’ও পাৰে৷ ইয়াৰ বিপৰীতে শাসকীয় মিত্রজোঁটৰ মাজত ন্ধুত্ব অক্ষত আছে৷ মিত্রজোঁটৰ দুই অংশীদাৰ ইউ পি পি এল আৰু বিজেপিৰ মাজত ইতিমধ্যে পাঁচখন আসনত জাবুজি হৈছে লিয়েই ক’ পাৰি৷ বি পি এফৰ হাতত থকা গোসাঁইগাঁও সমষ্টিৰো সিদ্ধান্ত শীঘ্রে হৈ যাব৷ ইয়াৰ পিছত মিত্রজোঁটৰ ােব সমস্যা ল্বিলৈ একো নাথাক্বি লি ধাৰণা কৰ্বি পাৰি৷
অসমত যিকেইটা সমষ্টিত উপ–র্ন্বিাচন অনুষ্ঠিত হ’ তাৰে গৰিষ্ঠসংখ্যক সমষ্টি বিৰোধীৰ হাতত আছিল৷ মৰিয়নিৰ বিধায়কজনে কংগ্রেছ ত্যাগ কৰি বিধায়ক পদ এৰাৰ ােব উপ–র্ন্বিাচন অৱধাৰিত হৈ পৰে৷ সেইদৰে থাওৰা সমষ্টিৰো কংগ্রেছ বিধায়কজনে দল আৰু বিধায়ক পদ এৰি বিজেপিত যোগদান কৰে৷ ভৱানীপুৰৰ এ আই ইউ ডি এফ বিধায়ক ফণীধৰ তালুকদাৰে মৰিয়নি আৰু থাওৰাৰ দৰেই দল আৰু বিধায়ক পদ এৰি বিজেপিলৈ গ’ল৷ গোসাঁইগাঁও সমষ্টিৰ বিধায়ক তথা বি পি এফৰ জ্যেষ্ঠ নেতা মাজেন্দ্র নার্জাৰীৰ বিয়োগ হোৱাত তাত উপ–র্ন্বিাচন অনুষ্ঠিত কৰ্বিলগীয়া হ’৷ অনুৰূপ ধৰণে মিত্রজোঁটৰ হাতত থকা মাজুলী আৰু তামুলপুৰতো অনুষ্ঠিত হ’ উপ–র্ন্বিাচন৷ কেইমাহমান পূর্েব অনুষ্ঠিত বিধানসভা র্ন্বিাচনটো কংগ্রেছৰ ােব েবদনাদায়ক হৈ পৰিল৷ এ আই ইউ ডি এফৰ সৈতে মিলি দিছপুৰ দখল কৰিম লি ভ্বা কথাষাৰ াস্তৱ নহ’ল৷ তাৰ পিছতে কংগ্রেছে নিজ বিধায়িনী দলৰ দুজন সতীর্থক হেৰুৱালে৷ দুয়ো গৈ বিজেপিত যোগদান কৰিলে৷ দলটোৰ নিম্ন আৰু মধ্যস্তৰত খহনীয়া ব্যাহত আছে৷ সমাগত উপ–র্ন্বিাচনত যদি দলটোৱে সফলতা লাভ কৰ্বি নোৱাৰে৷ ইয়াৰ কু–প্রভাৱ দলটোৰ নেতা–সদস্য, কর্মীৰ ওপৰত পৰাৰ সম্ভাৱনা আছে৷ দলটোৱে উপ–র্ন্বিাচনত এককভাৱে প্রতিদ্বন্দ্বিতা কৰ্বিলৈ ওলোৱাটো মূৰকত আত্মঘাতী সিদ্ধান্ত হৈ পৰ্বি পাৰে৷ দলটোৰ নেতৃত্বই এতিয়াও এটা কথা জি উঠা নাই যে র্ন্বিাচনৰ জাৰত কংগ্রেছৰ আগৰ দৰে দাম নাই৷ তেওঁলোকৰ জাৰ দাম ইতিমধ্যে হুখিনি হ্রাস পাইছে৷ এনে অৱস্থাত যদি আমি অকলেই যুঁজি সকলো কৰিম লি দম্ভালিৰ চকীখনত হি থাকে, দলটোৱে বিফলতাৰ পিছত বিফলতাহে পাব৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁট এতিয়া শাসনত৷ তেওঁলোকক প্রত্যাহ্বান জনাবলৈ বিৰোধী ঐক্য্বদ্ধ হোৱাৰ াহিৰে গত্যন্তৰ নাই৷ কিন্তু কথাটো ৰাষ্ট্রীয় হওক া আঞ্চলিক, ঐক্য্বদ্ধ বিৰোধীৰ ােব সদায়েই কংগ্রেছ াটৰ কাঁইট হৈ পৰে৷ পশ্চিম্বংগৰ মুখ্যমন্ত্রী তথা তৃণমূলৰ সভানেত্রী মমতা েবনার্জীয়ে বিজেপিবিৰোধী মর্চা গঠনৰ ােব চলাই থকা প্রচেষ্টাও কংগ্রেছৰ ােব মুখথেকেচা খোৱাৰ সম্ভাৱনাই অধিক৷

You might also like