নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি জনসংখ্যা সমাধান ফাউণ্ডেচনৰ সংবাদমেল

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ  আজি ২৩ ডিচেম্বৰ বুধবাৰে ৰাতিপুৱা ১০ বজাত গুৱাহাটী প্ৰেছ ক্লাবত “জনসংখ্যা সমাধান ফাউণ্ডেচন- উত্তৰ পূৱ ক্ষেত্ৰ” আৰু অসম প্ৰান্তৰ দ্বাৰা
অহা ২৭ ডিচেম্বৰত প্ৰচাৰ হব লগা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ “মন কী বাত” অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত জনসংখ্যা বিস্ফোৰণ ৰোধ সমাধান আৰু সজাগতা অভিযানৰ সংবাদ মেলত সাংবাদিক বন্ধু সকলৰ উপস্থিতি তথা সহায় সহযোগ কামনা কৰিলোঁ।
সংবাদ মেলত মুখ্য অতিথিৰূপে বিশিষ্ট অভিনেত্ৰী শ্ৰীমতী আইমী বৰুৱা আৰু বিশিষ্ট অতিথিৰূপে ডাঃ ৰক্তিম তামুলী দেৱ উপস্থিত থাকিব। সভা সঞ্চালন কৰিব ফাউণ্ডেশ্যনৰ অসম প্ৰান্তৰ উপ-সভানেত্ৰী সমাজকৰ্মী জাহ্নবী গোস্বামীয়ে।

You might also like