নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুইন অৱ ডার্কঃ ক’লা বৰণৰ এগৰাকী মডেল

-দিপ্তাশ্রী গগৈ

মডেল বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ সুন্দৰ ৰূপ, সুন্দৰ বৰণ আৰু সৌন্দর্যৰে ভৰা ব্যক্তিৰ কথাই মনলৈ আহে৷ কিন্তু আমেৰিকাৰ দক্ষিণ সোডান্স south sudanese) ৰ এনে এগৰাজী মডেলNyakem Getwech যিয়ে শৰীৰৰ ক’লা বৰণৰ কাৰণে বিশ্ব ৰেকর্ড কৰিবলৈও সক্ষম হৈছে৷ ক’লা ছালৰ বাবে তেওঁ জনসাধাৰণৰ মাজত Queen of dark’ বুলি জনাজাত৷

বর্তমান তেওঁ সোডান্স্ৰ এগৰাকী জনাজাত ম’ডেল হিচাপে খ্যাত৷ ন্যাকীমে তেওঁৰ ছালৰ বৰণক ভগৱানে দিয়া আশীর্বাদ হিচাপে গ্রহণ কৰিছে৷ কেৰিয়াৰৰ প্রথম অৱস্থাত তেওঁ জনসাধাৰণৰ বহুত ঠাট্টা–মস্কৰা শুনিবলগীয়া হৈছিল ৷ কিন্তু বর্তমান তেওঁ নিজৰ ক’লা বৰণক লৈ নিজকে গৌৰৱ অনুভৱ কৰে৷

You might also like