নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ নতুন কোনো উদ্যোগ বা ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত বিনিয়োগ কৰিব পাৰে৷ চাকৰিত পদোন্নতিৰ সম্ভাৱনা৷ প্রেমত প্রতাৰিত হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৭৷
বৃষঃ আর্থিক উন্নতিত গুৰুস্থানীয় ব্যক্তিৰ সহায় পাব৷ কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰে৷ চাকৰিয়ালসকলৰ শুভ৷ প্রেমত বিবাহৰ যোগাযোগ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷
মিথুনঃ আর্থিকত বিশেষ অসুবিধা দেখা নাযায়৷ প্রাপ্য ধন আদায় কৰিব পাৰিব৷ কর্মত সাফল্য অৰু মর্যাদা বৃদ্ধি পাব৷ প্রেমত উৎসাহ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
কর্কটঃ কর্মক্ষেত্রত অধিক ব্যস্ততা বাঢ়িব৷ স্বাস্থ্যৰ ক্ষেত্রত সামান্য দুশ্চিন্তা৷ প্রেমত সন্দেহৰ কাৰক৷ পাৰিবাৰিক দিশত অশান্তি৷ বিদ্যাত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
সিংহঃ ব্যৱসায়ত হঠাৎ লাভ বৃদ্ধিৰ কাৰকতা৷ কর্মক্ষেত্রত কিছু অগ্রগতি তথা পদোন্নতি৷ আকস্মিক দুর্যোগ–দুর্ঘটনাৰ দ্বাৰা অমংগল হ’ব৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
কন্যাঃ যৌথ ব্যৱসায়ত অর্থিক লেনদেনৰ ক্ষেত্রত শুভ প্রভাৱ পৰিব৷ নতুন কর্মপ্রেৰণা পাব৷ স্বামী–স্ত্রীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে৷ প্রেমত আৱেগ৷ শুভ ৰং পাতল গুলপীয়া৷ শুভ সংখ্যা ৪৷
তুলাঃ অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব৷ কর্মক্ষেত্রত আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ৷ প্রেম প্রণয়ত শুভ৷ বিদ্যাত জটিলতা৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ২৷
বৃশ্চিকঃ ব্যৱসায়ত পৰিকল্পিত অগ্রসৰত কিছু বাধা৷ কর্মত স্থায়ী সিদ্ধান্ত ল’ব পাৰিব৷ নিবনুৱাৰ কর্ম লাভৰ যোগ৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷
ধনুঃ নতুন প্রতিষ্ঠিত ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত দিনটো শুভ৷ গৱেষণামূলক কাম–কাজত প্রতিভাৰ বিকাশ ঘটিব৷ সন্তানৰ কর্ম তৎপৰতাই আপোনাক আনন্দিত কৰিব৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৫৷
মকৰঃ ধন কষ্ট পাব দিনটোত৷ ভাই–ভনীৰ পৰা সমাদৰ পাব৷ পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব পাৰে৷ প্রেমত সতর্কতা প্রয়োজন৷ বিদ্যাত বাধা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
কুম্ভঃ আর্থিক দিশত আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধি পাব৷ উচ্চপদস্থ কর্মচাৰীসকলৰ বাবে অনুকূল সময়৷ প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৩৷
মীনঃ আর্থিক দিশত জটিলতা নাই৷ আয় বৃদ্ধিৰ কাৰকতা৷ বিদ্যাৰ ক্ষেত্রত যশ বৃদ্ধিৰ কাৰক৷ সৰু–সুৰা ৰোগত দেহ কষ্ট পাব৷ প্রেমত মধ্যম৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷

You might also like