নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ পৰিৱেশত অস্থিৰতা থাকিব পাৰে৷ শৰীৰৰ প্রতি সচেতন হওক৷ নতুন যোগাযোগৰ পৰা আনন্দিত হ’ব৷ কর্মক্ষেত্রত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
বৃষঃ খৰচ বৃদ্ধি৷ বিয়াৰ যোগাযোগত শুভ৷ কার্যক্ষেত্রত মধ্যম৷ শৰীৰৰ প্রতি নজৰ দিয়ক৷ বিদ্যাত মধ্যম৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৫৷
মিথুনঃ মাতৃৰ শুভ৷ কর্মক্ষেত্রত জটিলতা৷ বিদ্যাত শুভ৷ ব্যয় বৃদ্ধি৷ তুলসীৰ তলত পানী দিয়ক৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ১৷
কর্কটঃ মনৰ দৃঢ়তা বৃদ্ধি৷ কর্মত উন্নতি৷ হতাশা আঁতৰিব৷ যান–বাহন লাভ, ইলেক্ট্রিকছৰ পৰা সাবধান৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৪৷
সিংহঃ দুষ্ট লোকৰ পৰা সাৱধান৷ গোপন শত্রু বৃদ্ধি৷ কার্যক্ষেত্রত উন্নতি৷ ভ্রমণত কষ্ট৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৮৷
কন্যাঃ কর্মত উন্নতি৷ নিজ স্থিতি অটুট ৰাখক৷ বন্ধুৰ পৰা উৎসাহ পাব৷ দুখীয়াক অন্ন দান কৰক৷ শুভ ৰং ডাঠ নীলা৷ শুভ সংখ্যা ৩৷
তুলাঃকর্মত শুভ৷ আৱেগত কোনো সিদ্ধান্ত নল’ব৷ বিদ্যাত চেষ্টা কৰক৷ ভ্রমণ দক্ষিণ দিশৰ পৰা কৰিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷
বৃশ্চিকঃ কর্মস্থানত জটিলতা কমিব৷ সন্তানৰ শুভ৷ দূৰ ভ্রমণৰ যোগ৷ দুপৰীয়া নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ সংখ্যা ৯৷ শুভ ৰং বগা৷
ধনুঃ ব্যৱসায়ত উন্নতি৷ কর্মস্থানত উদাৰতা প্রকাশ৷ শৰীৰৰ উন্নতি৷ আনৰ কথাত গুৰুত্ব নিদিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷
মকৰঃ কর্মত দক্ষতা৷ প্রতিভা বিকাশ৷ নতুন চিন্তাই আনন্দিত কৰিব৷ ভ্রমণত শুভ৷ বিদ্যাত যত্ন লওক৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
কুম্ভঃ কর্মত উন্নতি৷ বিদ্যাত আনন্দ৷ সন্মান হানি হ’ব পাৰে৷ দাম্পত্যত শুভ৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৬৷
মীনঃ ভাতৃৰ উন্নতি৷ দুষ্ট লোকৰ পৰা সাৱধান৷ ব্যয় বৃদ্ধি৷ ভ্রমণত সফল৷ শৰীৰ উন্নতি৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ২৷

You might also like