নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমৱে ইণ্ডিয়াৰ ৭৫৭ কোটি টকাৰ সম্পত্তি জব্দ ইডিৰ

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ অবৈধ ধন বিনিয়োগৰ গোচৰৰ অনুসন্ধান চলাই থকা এনফ’চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে এমৱে ইণ্ডিয়া এণ্টাৰপ্রাইজেছ প্রাইভেট লিমিটেডৰ ৭৫৭.৭৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে৷ ইডিয়ে জব্দ কৰা সম্পত্তিৰ ভিতৰত তামিলনাডুৰ দিনদিগুলস্থিত এমৱেৰ ভূমি আৰু ফেক্টৰীৰ অট্টালিকাৰ লগতে সা–সঁজুলি, যান–বাহন, বেংক একাউণ্ট আছে৷ ৪১১.৮৩ কোটি টকাৰ স্থাৱৰ–স্থাৱৰ সম্পত্তি আৰু ৩৬টা বেংক একাউণ্টৰ ৩৪৫.৯৪ কোটি টকা জব্দ কৰিছে৷

You might also like