নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত ভয়াৱহ বাছ দুর্ঘটনাত ৫ জনৰ মৃত্যু, আহত ৩৪

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ  ভয়াবহ বাছ দুর্ঘটনাৰ সাক্ষী হৈ ৰ’ল মহাৰাষ্ট্র। বুধবাৰে নিশা নন্দুর্বাৰ জিলাত এটা খাদত পৰিল এখন যাত্ৰীবাহী বাছ। বৰ্তমানলৈ দুর্ঘটনাটোত পাঁচ জনৰ মৃত্যু হৈছে। লগতে আহত হৈছে ৩৪ জন লোক। আৰক্ষী সূত্রই জনোৱা মতে,  বাছখন গুজৰাটৰ মলকাপুৰৰ পৰা চুৰটলৈ গৈ আছিল। পুৱতি নিশা প্ৰায় ৩.১৫বজাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰি যায়।

You might also like