নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

য়েহ চীজ বৰি হ্য়ে মাস্ক মাস্ক… আমূলৰ কি এই বিজ্ঞাপন

বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ চৰ্চাত থকা বিষয়ক লৈ খুব আকৰ্ষণীয় বিজ্ঞাপন কৰা বুলি নাম আছে আমূল কোম্পানীৰ। চেলিব্ৰিটীৰ বিয়া, খেলৰ অনুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান ক্ৰয়-বিক্ৰয়, সম্পত্তি আহৰণ, যুদ্ধ-বিগ্ৰহ… সকলোকে লৈ খুব আকৰ্ষণীয় টেগ লাইনেৰে কাৰ্টুন বিজ্ঞাপনটো তৈয়াৰ কৰি আহিছে প্ৰতিষ্ঠানটোৱে।

বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পাছত দুগ্ধ প্ৰতিষ্ঠানটোৱে কাৰ্টূনটোৰে মতামত দিলে। লেপটপৰ সন্মুখত বহি মাস্কে নীলা চৰাই এটা (টুইটাৰৰ প্ৰতীক)ক চামুচেৰে খুৱাবলৈ লৈছে। বেনাৰত লিখা আছে- Yeh cheez badi hai Musk, Musk.

You might also like