নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰিব ৰামনাথ কোবিন্দে। ভাষণৰ পিছতে লোকসভাৰ সংক্ষিপ্ত অধিৱেশন হ’ব।

এই বাজেট অধিৱেশন ১৫ ফেব্ৰুৱাৰীলৈ চলিব। ১ ফেব্ৰুৱাৰীত সাধাৰণ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। উল্লখ্যে এইবাৰ প্ৰথমবাৰৰ বাবে সংসদত দাখিল কৰা হ’ব কাগজবিহীন বাজেট। আনহাতে কৃষি আইন বাতিলৰ দাবীত ৰাষ্ট্ৰপতি ভাষণ বয়কট কৰিব ১৮টাকৈ বিৰোধী দলে।

You might also like