নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহুৱাত ৬ ৰাউণ্ডৰ ভোটগণনাত বেকফুটত তেজপ্ৰতাপ

মহুৱা আসনত তেজপ্ৰতাপ যাদৱ ১৪ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পিছপৰি আছে।

মুঠ ২৬টা ৰাউণ্ডৰ ভিতৰতে ৬ ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হৈছে আৰু জনশক্তি জনতা দলৰ প্ৰমুখ তেজপ্ৰতাপ যাদৱৰ বাবে পৰিস্থিতিয়ে উৎকণ্ঠা সৃষ্টি কৰিছে।

তেওঁ এতিয়ালৈকে কেৱল ৪৩৯৯ ভোট লাভ কৰিছে। আনফালে LJPৰ প্ৰাৰ্থী সঞ্জয় সিঙে ১৯১০৬ ভোট পাই আগবাঢ়ি গৈছে।

ইয়াৰ উপৰি তেজস্বী যাদৱৰ সমৰ্থিত প্ৰাৰ্থী মুকেশ কুমাৰ ৰোছন দ্বিতীয় স্থানত আছে।

ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ

You might also like