নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্রী কোন? মন্ত্ৰীয়ে দিলে স্পষ্ট উত্তৰ

বিহাৰত বিজেপি এতিয়া সৰ্ববৃহৎ দল ৰূপে ওলাই অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ইয়াৰ মাজতে ৰাজনৈতিক মহলত এই প্ৰশ্ন উঠিছে যে বিহাৰ পৰৱৰ্তী মুখ্যমন্ত্রী কোন হ’ব?

এই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহেশ্বৰ হাজাৰীয়ে কৈছে— এইবাৰো নীতিশ কুমাৰেই হব বিহাৰৰ মুখ্যমন্ত্রী।

তেওঁ কয় যে আমাৰ এনডিএ মিত্ৰজোঁটে অত্যন্ত ভাল ফল লাভ কৰিব।

উল্লেখ্য যে বিহাৰ দীৰ্ঘসময়ৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছে নীতিশ কুমাৰ।

ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ

You might also like