নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ৰাজ্যিক জৈৱ–বৈচিত্র্য ব’ৰ্ডত ২৩ পদ

অসম ৰাজ্যিক জৈৱ–বৈচিত্র্য ব’ডত(Assam State Biodiversity Board)ত খালী হৈছেBiodiversity Research Associate Program Fellow/BRAP Fellow ২৩ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিAssam State Biodiversity BoardৰMember Secretary–এ এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰিBiodiversity Research Associate Program Fellow/BRAP Fellow ২৩ পদ পূৰণ হ’বলগীয়াDistrictসমূহৰ ভিতৰত আছেBiswanath (1), Bongaigaon (1), Cacher (1), Lakhimpur (1), Dhemaji (1), Dibrugarh (1), Darrang (1), Goalpara (1), Hojai (1), Nagaon (1), Hailakandi (1), Majuli (1), Karimganj (1), Sonitpur (1), Sivasagar (1), Tinsukia (1), Dhubri (1), Jorhat (1), South Salmara Mankachar (1), Golaghat (1), Charaideo (1), Nalbari (1), Barpeta (1)৷Biodiversity Research Associate Program Fellow/BRAP Fellow পদৰ প্রার্থীBotany, Zoology, Ecology, Wildlife Biology, Forestry, Environmental Science, Conservation Science বিষয়ত স্নাতকোত্তৰ হোৱা হ’ব লাগিব৷ বয়স ২১–৩৮ বছৰ৷ মাহে ২০,০০০ টকা লাভ কৰিব৷ বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ বাবেAssam State Biodiversity Boardৰ ৱেবছাইটwwwasbbgovin লগ ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৬ মে’, ২০২৩৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ঠিকন To The Member Secretary, Assam State Biodiversity Board, 2nd Floor, Aranya Bhawan, Panjabari, Guwahati-781037 (Assam)লৈ প্রেৰণ কৰিব লাগিব৷

You might also like