নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানত ২৫ পদ খালী

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানত(Indian Institute of Technology Guwahati) মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রতিষ্ঠানটোৰAR (II & SI)–এ এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রতিষ্ঠানটোৰ ৱেবছাইটত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Assistant Project Engineer (5), Associate Project Engineer (4), Project Technician (7), JRF (7), Project Engineer (2) Assistant Project Engineer পদৰ প্রার্থীME/PE/IN/MT-B.Tech./ CSE B.Tech. – EEE/ECE/EE B.Tech./CE – B.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৮,৫০০ টকা৷Associate Project Engineer পদৰ প্রার্থীME-M.Tech./CE-M.Tech./CE-B.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৫,০০০ টকা৷Project Technician পদৰ প্রার্থীITI + 3 Years Exp./Diploma in ME/ITI + 3 Years Exp./Diploma in EEE/ECE/EE, ITI + 3 Years Exp./Diploma in CSE ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷

দৰমহাৰ নিৰিখ মাহে ১৫,০০০ টকা৷JRF পদৰ প্রার্থীM.Sc./ME/PE/IN-B.Tech, M.Sc./CSE-B.Tech./M.Sc./EEE/EE/ECE-B.Tech. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৫,০০০ টকা Project Engineer পদৰ প্রার্থীPh.D./ME ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৪৯,০০০ টকা৷ উক্ত পদকেইটা”TIH on Technology for Underwater Exploration” প্রজেক্টৰ অধীনত ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটীৰMechanical Engineering বিভাগত পূৰণ কৰা হ’ব৷

আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ, ২০২০৷ সাক্ষাৎকাৰ ২১ ডিচেম্বৰ, ২০২০ তাৰিখেGoogle Meet/Skypeত ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ আগ্রহীসকলে ১৫ ডিচেম্বৰৰ পূর্বে বিভাগী ৱেবছাইটত https://docs.google.com/forms/d/e/1FAIpQLSfz7UwS0agE3SRc5ixYKUG21_EnF21A0-i-yJDckBV6gLJ0hw/viewform?usp=sf_link আবেদন দাখিল কৰিব লাগিব৷

You might also like