নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়োগ বাৰ্তা : অসম আৰক্ষীত ২,৩৫০টা পদত নিযুক্তি

উপ–পৰিদর্শক, এছিষ্টেণ্ট জেইলৰ, কনিষ্টবল, চাফাই কর্মচাৰী, ড্রাইভাৰ কনিষ্টবল, ড্রাইভাৰ পদৰ আবেদনৰ অন্তিম তাৰিখ ১৬ জানুৱাৰী

অসম আৰক্ষীত ২,৩৫০টা পদত নিযুক্তি

উপ–পৰিদর্শক, এছিষ্টেণ্ট জেইলৰ, কনিষ্টবল, চাফাই কর্মচাৰী, ড্রাইভাৰ কনিষ্টবল, ড্রাইভাৰ পদৰ আবেদনৰ অন্তিম তাৰিখ ১৬ জানুৱাৰী

For Online apply — Click Here

ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিয়োগ ব’ৰ্ডৰ তৰফৰ পৰা প্রকাশ কৰা বিজ্ঞাপন অনুসৰি অসম আৰক্ষীত ২ সহস্রাধিক পদত প্রার্থী নিযুক্তি দিয়া হ’ব৷

পদৰ নাম – উপ–পৰিদর্শক (এবি), উপ–পৰিদর্শক (ইউবি), এছিষ্টেণ্ট জেইলৰ, কনিষ্টবল (ইউবি), কনিষ্টবল (এবি), চাফাই কর্মচাৰী, ড্রাইভাৰ কনিষ্টবল, ড্রাইভাৰ৷

Official Website — Click Here

পদৰ সংখ্যা – অসম আৰক্ষী– কনিষ্টবল (ইউবি)–১,০৫২টা, কনিষ্টবল (এবি)–৬৬৩টা, ড্রাইভাৰ কনিষ্টবল–১২৭টা, চাফাই কর্মচাৰী–৯৬টা, উপ–পৰিদর্শক (ইউবি)–৪৮টা, অসম কমাণ্ডো বেটেলিয়ন– উপ–পৰিদর্শক (এবি)–৪৭টা, কনিষ্টবল (এবি)– ৩টা, চাফাই কর্মচাৰী–৩টা, এপিআৰ’–কনিষ্টবল (মেচেঞ্জাৰ)–২০টা, কনিষ্টবল (ডেচপাছ ৰাইডাৰ)–১৪টা, উপ–পৰিদর্শক (কমিউনিকেচন)–৪টা, কনিষ্টবল (হেণ্ডিমেন)–৩টা, ফায়াৰ এণ্ড ইমার্জেঞ্চী ছার্ভিচেজ ড্রাইভাৰ–৯০টা, ষ্টেচন অফিচাৰ–৬টা, স্কোৱাড কমাণ্ডাৰ–৫টা, চাফাই কর্মচাৰী–৫টা, ড্রাইভাৰ অপাৰেটৰ–৪টা, বন বিভাগ– ড্রাইভাৰ–১০৬টা, ড্রাইভাৰ কনিষ্টবল–৭টা, প্রিজন ডিপার্টমেণ্ট–এছিষ্টেণ্ জেইলৰ–৩৯টা, ডিজিচিডি এণ্ড চিজিএইচজি– চাফাই কর্মচাৰী–৮টা মুঠ–২,৩৫০টা পদ৷

Recruitment Notification — Click Here

For Constable UB AB — Click Here

For Sub Inspector UB — Click Here

For Sub Inspector AB — Click Here

For Driver/Driver Contable — Click Here

For Safai krmacahri — Click Here

দৰমহা গ্রেড পে’ – পদ অনুসৰি বেলেগ বেলেগ যদিও মাহিলি দৰমহা ১৪,০০০ টকাৰ পৰা ৭০,০০০ হাজাৰ টকা৷ আনহাতে চাফাই কর্মচাৰীৰ দৰমহা ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা৷

শিক্ষাগত অর্হতা – পদ অনুসৰি বেলেগ বেলেগ৷

আবেদনৰ অন্তিম তাৰিখ – ১৬ জানুৱাৰী৷

You might also like