নিয়োগ বাৰ্তা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান -ত ১৯০টা পদত চাকৰি By নিয়মীয়া বাৰ্তা On May 25, 2025 Share 🔹 অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান -ত ১৯০টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জুন আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছনত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ Featured Share