নিয়োগ বাৰ্তা : গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩৭টা পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ২৬ জানুৱাৰী
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিয়োগ বিজ্ঞাপনৰ জৰিয়তে ভিন্ন বর্গৰ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে ৷
প্রতিষ্ঠানৰ নাম : গুৱাহাটী উচ্চ ন্যায়ালয় ৷
পদৰ সংখ্যা : ৩৭টা৷
পদৰ নাম : ড্রাইভাৰ–৩টা পদ৷
শিক্ষাগত অর্হতা : দশম শ্রেণী/মেট্রিক উত্তীর্ণ৷
পদৰ নাম : মাল্টি–টাস্কিং ষ্টাফ–২৬টা পদ৷
শিক্ষাগত অর্হতা : ন্যূনতম অষ্টম উত্তীর্ণ, কিন্তু দ্বাদশ উত্তীর্ণ হ’লে নহ’ব৷
পদৰ নাম : জুডিচিয়েল এছিষ্টেণ্ট–৮টা পদ৷
শিক্ষাগত অর্হতা : স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব৷
পদৰ নাম : কম্পিউটাৰ এছিষ্টেণ্ট৷
পদৰ সংখ্যা : ২টা৷
শিক্ষাগত অর্হতা : স্নাতক হোৱাৰ লগতে কম্পিউটাৰ অপাৰেচন/এপ্লিকেচনৰ ডিপ্ল’মা / চার্টিফিকেট থাকিব লাগিব৷
বয়স : আবেদন জমা দিয়াৰ অন্তিম তাৰিখত সর্বাধিক ৪০ বছৰ হ’ব লাগিব৷
আবেদন মাচুল : এছচি/এছটি (পি)/এছটি (এইচ)–২৫০ টকা, সংৰক্ষণমুক্ত/অ’বিচি–৫০০ টকা৷
আবেদনৰ অন্তিম তাৰিখ : ২৬ জানুৱাৰী, ২০২৬ চন৷
ৱেবছাইট : ghconline.gov.in