নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ডাক বিভাগত মুকলি হৈছে ৩৮,৯২৬ চাকৰি লাভৰ সুযোগ

৫ জুনৰ ভিতৰত আবেদন আহ্বান

ভাৰতীয় ডাক বিভাগত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ ডাক বিভাগে প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি,Gramin Dak Sevakৰ ৩৮,৯২৬ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷Gramin Dak Sevakৰ ৩৮,৯২৬ পদৰ ভিতৰত পৰৱর্তী পর্যায়ত BPM, ABPM আৰুDak Sevakৰ পদত প্রার্থী নিয়োগ কৰা হ’ব৷BPM পদৰ প্রার্থীয়ে মাহে ১২,০০০ টকা লাভ কৰিব৷ আনহাতে,ABPM আৰুDak Sevak পদৰ প্রার্থীয়ে মাহে ১০,০০০ টকা লাভ কৰিব৷ বয়স ৫ জুন, ২০২২লৈ ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত এছচি আৰু এছটি শ্রেণীৰ প্রার্থীয়ে ৫ বছৰ, অ’বিচি শ্রেণীৰ প্রার্থীয়ে ৩ বছৰ, দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ১০/১৩ বছৰ আৰু এছচি, এছটি শ্রেণীৰ দিব্যাংগ প্রার্থীয়ে ১৫ বছৰ ৰেহাই লাভ কৰিব৷ Government of India/State Government/Union Territory–এ আয়োজন কৰাBoard of School Educationৰ পৰীক্ষাতMathematics আৰুEnglish (Compulsory/Elective Subject) বিষয়সহ দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ স্থানীয় ভাষাত অধ্যয়ন কৰা হ’ব লাগিব৷

Gramin Dak Sevakৰ ৩৮,৯২৬ পদ পূৰণ হ’বলগীয়া ৰাজ্যসমূহ হৈছে Assam (1413), Andhra Prdesh (1716), Bihar (990), Chhattisgarh (1253), Delhi (60), Gujarat (1901), Himachal Pradesh (1007), Haryana (921), Jammu & Kashmir (265), Jharkhand (610), Karnataka (2410), Kerala (2203), Madhya Prdesh (4074), Maharashtra (3026), North Eastern (551), Odisha (3066), Punjab (969), Rajasthan (2390), Tamil Nadu (4310), Telangana (1226), Uttar Pradesh (2519), Uttarakhand (353), West Bengal (1963)৷GDS পদৰ প্রার্থীয়ে চাইকেল চলাবলৈ জনা হ’ব লাগিব৷GDS BPM পদৰ প্রার্থী নিযুক্তিপ্রাপ্তBranch Post Officeৰ অধীনস্থ গাঁৱত বাস কৰিব লাগিব৷ আনহাতে,ABPM/Dak Sevak পদৰ প্রার্থীPost Office (HO/SO/BO)ৰDelivery Jurisdictionৰ অধীনস্থ গাঁৱত বাস কৰিব লাগিব৷Branch Postmaster (BPM) পদৰ প্রার্থীBranch Post Office আৰুMobile Device/Smartphone মাধ্যমেৰেIndia Post Payments Bank (IPPB)ৰTransaction (Offline and Online) কৰিব লাগিব৷Branch Post Officeৰ Jurisdictionৰ অধীনস্থVillage আৰ Gram PanchayatতBusiness কৰা আৰুPostal Product and ServiceৰMarketing কৰিব লাগিব৷Mobile Device/SmartphoneৰRecord Maintain কৰিব লাগিব৷IPO/ASPO/SPO/SSPO–এ দিয়া নির্দেশ পালন কৰিব লাগিব Branch Postmaster-এAssistant Branch Post Masterক সহায় কৰাৰ লগতেBranch Post Officeৰ কাম–কাজ সুচাৰুৰূপে পৰিচালনা কৰাত অগ্রণী ভূমিকা ল’ব লাগিব৷

আনহাতে,Assistant Branch Postmaster (ABPM)-এStamp/Stationery বিক্রী কৰা আৰ DoorstepতMail Delivery কৰা Deposit/Payment/IPPB Transaction কৰিব লাগিব৷Counter Duty সময়তAssisting Branch Postmasterক সহায় কৰিব লাগিব৷ অন্যান্য দায়িত্বসমূহ পূর্বৰ পদৰ অনুৰূপ৷ABPM-এ সময়সাপেক্ষেBPMৰ দায়িত্ব পালন কৰিব লাগিব শেষত,Dak Sevak পদৰ প্রার্থীSub Post Office আৰুHead Post Officeত কার্য সম্পাদন কৰিব লাগিব৷Stamp/Stationery বিক্রী কৰা আৰ DoorstepতMail Delivery কৰা Deposit/Payment/IPPB Transaction কৰিব লাগিব Postmaster/Sub Postmaster-এ দিয়া দায়িত্ব পালন কৰিব লাগিব৷Railway Mail Service (RMS) বিতৰণ কৰা, অন্যান্য ব্যৱসায়িক কার্যালয়ৰ ডাক আদান–প্রদান কৰা ইত্যাদি কাম কৰিব লাগিব৷ আবেদন মাচুল হিচাপে ১০০ টকা ভাৰতীয় ডাকৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল মহিলা, এছচি, এছটি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় ডাকৰ ৱেবছাইট https://indiapostgdsonline.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ জুন, ২০২২৷

You might also like