নিয়োগ বাৰ্তা : আইঅ’চিএলত ৩৯৪টা খালী পদত নিযুক্তিৰ সুযোগ
🔹 আবেদনৰ অন্তিম তাৰিখ ১০ ফেব্রুৱাৰী
ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডে ৩৯৪টা এপ্রেণ্টিছ পদত নিযুক্তি সন্দর্ভত নিযুক্তিৰ অধিসূচনা প্রকাশ কৰিছে৷ ইচ্ছুক প্রার্থীয়ে তলত দিয়া ধৰণে বিতং জাননী পৰীক্ষা কৰিব পাৰে৷
