নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IIT গুৱাহাটী-ত ৬টা জুনিয়ৰ টেকনিচিয়ান পদত চাকৰি

আইআইটি গুৱাহাটী নিয়োগ ২০২৫ – ৬টা জুনিয়ৰ টেকনিচিয়ান পদ

আবেদনৰ অন্তিম তাৰিখ: 15/09/2025

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি গুৱাহাটী (IITG)-এ ৬টা জুনিয়ৰ টেকনিচিয়ান পদৰ বাবে নিয়োগৰ জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে তলত দিয়া নিৰ্দেশনা অনুসৰি আবেদন কৰিব পাৰিব।

পদৰ নাম: জুনিয়ৰ টেকনিচিয়ান

মুঠ পদ: ০৬

বিভাগভিত্তিক শূন্যপদ:

  • UR: ৫

  • EWS: ১

বেতন: Pay Matrix Level-3 (7ম কেন্দ্ৰীয় বেতন আয়োগ অনুসৰি)

বয়স সীমা: সৰ্বাধিক ২৭ বছৰ। (আইআইটি গুৱাহাটী স্থায়ী কৰ্মচাৰীসকলৰ বাবে কোনো বয়সৰ সীমা নাথাকে।)

বয়সৰ ৰেহাই: SC/ST/OBC/PwBD/Ex-Serviceman প্ৰাৰ্থীৰ বাবে GOI নিয়ম অনুসৰি বয়সৰ ৰেহাই দিয়া হ’ব। UR পদৰ বাবে আবেদন কৰা SC/ST/OBC প্ৰাৰ্থীয়ে বয়সৰ ৰেহাই পাব নে।

শিক্ষাগত অৰ্হতা:

  • সংশ্লিষ্ট ক্ষেত্ৰত Bachelor’s Degree

  • ৩ বছৰৰ Diploma in Engineering

  • ITI চনদসহ ৩ বছৰৰ অভিজ্ঞতা

  • কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান আৱশ্যক

বিভিন্ন বিভাগৰ ক্ষেত্ৰত বিশেষ অৰ্হতা:

  • Infrastructure Planning & Management (IPM): ITI Certificate Course in Electrician Trade + ৩ বছৰৰ অভিজ্ঞতা (33/11 KV, 11/0.433 KV সাব-ষ্টেচন আৰু DG Set চলোৱা)।

  • Central Workshop:

    • পদ ১ : ITI Certificate in Carpentry + ৩ বছৰৰ অভিজ্ঞতা।

    • পদ ২ : Diploma in Mechanical Engineering বা ITI Certificate in Turner + CNC Machine চলোৱাৰ ৩ বছৰৰ অভিজ্ঞতা।

  • Central Instruments Facility (CIF): Physics/Chemistry ত Bachelor’s Degree বা Electrical & Electronics Engineering, Engineering Physics, Biotechnology, Chemical Engineering ত Diploma/Bachelor’s Degree।

অতিৰিক্ত যোগ্যতা:

  • Industry/Academic Institute/Research Institute-ত ১ বছৰৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ।

  • Spectrophotometer, Mass Spectrometer, X-ray diffractometer, Electron microscope, Magnetometer আদি High-end Equipment চলোৱাৰ অভিজ্ঞতা থকা প্ৰাৰ্থীক প্ৰাধান্য দিয়া হ’ব।

আবেদন মাচুল

  • UR/OBC :  500/-

  • SC/ST, মহিলা আৰু PwBD প্ৰাৰ্থী : ৰেহাই

কেনেকৈ আবেদন কৰিব ?

  • অনলাইন আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক Click here

  • প্ৰথমে “Online Application Form”ত ক্লিক কৰি পঞ্জীয়ন সম্পূৰ্ণ কৰিব।

  • তাৰপিছত লগইন কৰি ব্যক্তিগত আৰু শিক্ষাগত তথ্যসমূহ ভৰাব লাগিব।

  • প্ৰয়োজনীয় নথি আপল’ড কৰিব।

  • মাচুল দিব (যদি প্ৰযোজ্য)।

  • আবেদন সম্পূৰ্ণ কৰি ছপা আউট ল’ব।

IIT GUWAHATIৰ ৱেৱছাইট ভিজিট কৰক Click here

গুৰুত্বপূর্ণ তাৰিখ

  • অনলাইন আবেদন আৰম্ভ : 16 আগষ্ট 2025

  • অনলাইন আবেদনৰ অন্তিম তাৰিখ: 15 ছেপ্টেম্বৰ 2025

You might also like