নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্র ব’ৰ্ডত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৮ মার্চ

গুৱাহাটীৰ বশিষ্ঠস্থিত ব্রহ্মপুত্র ব’ৰ্ডত নিচুকনিমূলক নিযুক্তিৰ বাবে প্রস্তুতি চলোৱা হৈছে আৰু অভিজ্ঞতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

You might also like