নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ মানসিক চিকিৎসা প্রতিষ্ঠানত ২ পদ

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত তেজপুৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক চিকিৎসা প্রতিষ্ঠান(LGB Regional Institute of Mental Health)ত ২ পদ খালী৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিLGB Regional Institute of Mental HealthৰDirector-এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰিAssistant Medical Superintendent (1) পদৰ প্রার্থী Medical Specialtyৰ পোষ্ট গ্রেজুৱেট ডিগ্রাধাৰীহোৱাৰ লগতে ৩ বছৰীয়া অভিজ্ঞতা থকা হ’ব লাগিব৷Psychiatry বিষয়তPG Degreeধাৰী আৰুHospital Administration বিভাগত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ৩৫ বছৰ৷ Accountant (1) পদৰ প্রার্থীCommerceৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷Account Work (Handling & Maintenance), Cash & Accounts Work অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ৩০ বছৰ৷

বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈLGB Regional Institute of Mental Health ৰ ৱেবছাইট www.lgbrimh.gov.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্র প্রত্যায়িত প্রতিলিপিসহ আবেদনTo The Chief Administrative Officer, LGB Regional Institute of Mental Health, Tezpur-784001 (Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১ জুলাই, ২০২২৷

You might also like