নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় স্বাস্থ্য অভিযানত ৩১৭ চাকৰি

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত ৰাষ্ট্রীয় স্বাস্থ্য অভিযান(National Health Mission)ত মুকলি হৈছে নিযুক্তি লাভৰ সোণালী সুযোগ৷NHMৰMission Director-এ প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক, জিলা আৰু ব্লক পর্যায়ত অচিৰেই ৩১৭ পদ পূৰণ কৰা হ’ব৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰNational Vector Borne Disease Control ProgrammeতVBD Technical Supervisorৰ ৩২ পদ পূৰণ কৰা হ’ব৷ আবেদনকাৰীBiology বিষয়তScienceৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেHealth Sector Programmeত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷Computer Operation, Internet আৰুOffice Packageৰ জ্ঞান থকাৰ লগতে ছমহীয়া পাঠ্যক্রমৰ প্রমাণ–পত্র/ডিপ্ল’মা থকাটো বাঞ্ছনীয়৷ দুচকীয়া যান–বাহন চলোৱাৰ অনুজ্ঞা–পত্র থকা হ’ব লাগিব৷ বয়স ১ অক্টোবৰ, ২০২১লৈ সর্বোচ্চ ৪৪ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১৮,০০০ টকা৷VBD Technical Supervisor পদৰ প্রার্থীৰ বাবে আবেদনৰ অন্তিম তাৰিখ ২৩ নৱেম্বৰ, ২০২১৷ আনহাতে, ৰাজ্যিক ভিত্তিত ৰাষ্ট্রীয় স্বাস্থ্য অভিযান পূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছেConsultant (M&E), PC-PNDT (1), Consultant (NCD) Pool (1), Sr. Consultant, Training, SIHFW (1), Training Consultant, SIHFW (2), Consultant Training/Technical, IDSP (1), State Coordinator-Assam Clinical Establishment (1), State Consultant-Quality Monitoring (1), State Programme Coordinator, NCD cum Health & Wellness Centre (1), Monitoring & Evaluation Consultant, NVBDCP (1), Consultant, RKSK (2), Consultant-Finance & Accounts (1), Nursing Midwifery Educator (6), Junior Consultant-Nursing (1), Assistant Engineer-Instrumentation (1), Data Manager-State Level/District Level (9), State Assistant Nursing Coordinator (1)৷ উল্লিখিত পদ অনুযায়ী প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৬৫,০০০ টকা, ৬৫,০০০ টকা, ৬৫,০০০ টকা, ৬৫,০০০ টকা, ৫০,০০০ টকা, ৪০,০০০ টকা, ৪০,০০০ টকা, ৪০,০০০ টকা, ৪০,০০০ টকা, ৩৫,০০০ টকা, ৩১,০০০ টকা, ৩১,০০০ টকা, ২৪,০০০ টকা, ২০,০০০ টকা৷ জিলা ভিত্তিত ৰাষ্ট্রীয় স্বাস্থ্য অভিযানত পূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে–District Leprosy Consultant, NLEP (2), District Quality Consultant (21), District Urban Health Coordinator, NUHM (6), Epidemiologist, IDSP (4), District Vector Borne Disease Consultant (3), Psychiatric Social Worker, NMHP (16), Clinical Psychologist (7), Finance cum Logistic Consultant, NCD (11), Psychiatric Nurse (28), Community Nurse-Case Manager (21), District Public Private Mixed Coordinator, NTEP (4), Senior DOTS Plus TB HIV Supervisor, PMDT (1), Dietician (11), District Consultant, NPPCF (1)৷ উল্লিখিত পদ অনুযায়ী প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৫০,০০০ টকা, ২৬,০০০ টকা, ২৪,০০০ টকা, ৩০,০০০–৬৫,০০০ টকা, ৩০,০০০ টকা, ২৫,০০০ টকা, ২০,০০০ টকা, ২৪,০০০ টকা, ২৩,০০০ টকা, ২৩,০০০ টকা, ১৯,০০০ টকা, ১৯,০০০ টকা, ১৮,৫০০ টকা, ৪৫,০০০–৬৫,০০০ টকা৷ ব্লক ভিত্তিত ৰাষ্ট্রীয় স্বাস্থ্য অভিযানত পূূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে–Early Interventionist cum Special Educator, RBSK (27), Block Accounts Manager (14), Block Data Manager (12), Physiotherapist (54), Senior Treatment Supervisor, STS (8), Senior Tuberculosis Laboratory Supervisor, STLS (3)৷ উল্লিখিত পদ অনুযায়ী প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ১৮,০০০ টকা, ১৬,৫০০ টকা, ১৬,৫০০ টকা, ১৬,৫০০ টকা, ১৫,০০০ টকা, ১৫,০০০ টকা৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, বাছনি প্রক্রিয়া আৰু অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ ৱেবছাইটhttps://nhm.assam.gov.in & https://nhm.assam.gov.in/sites/default/files/swf_utility_folder/departments/nhm_lipl_in_oid_6/latest/advvbdtech.pdf & https://nhm.assam.gov.in/sites/default/files/swf_utility_folder/departments/nhm_lipl_in_oid_6/latest/advertisement_1.pdf ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ নৱেম্বৰ, ২০২১

You might also like