নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় পর্যটন উন্নয়ন নিগমত ৬ পদ খালী

ভাৰতীয় পর্যটন উন্নয়ন নিগম লিমিটেড(India Tourism Development Corporation Ltd.)ত খালী হৈছে ৬ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে GM (Engg.)-Civil (1), DGM (Engg.)-E&M (1), DGM-Ashok Travel & Tours (1), Asst. Manager-Ashok Travel & Tours (3)৷GM (Engg.)-Civil পদৰ প্রার্থীCivil Engineering বিষয়ত স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেGovt. Department/PSU/Private FirmতCivil Engineer হিচাপে ১৭ বছৰConstructing Commercial Institutional Building/Associated Peripheral Work কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷Civil Engineering ProjectৰProject Planning & Execution, Preparing DPR & Estimates, Time and Resource Managementৰ জ্ঞান থকা হ’ব লাগিব৷Tourism Infra Projectত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷PERT/CPM, Auto CADৰ জ্ঞান থকাটো বাঞ্ছনীয়৷ মাহে ৭০,০০০–২,০০,০০০/৭৮,৮০০–২,০৯,২০০ টকা লাভ কৰিব৷DGM (Engg.)-E&M পদৰ প্রার্থীElectrical Engineering বিষয়ত স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেGovt. Department/PSU/Private FirmতElectrical Engineer হিচাপে ১২ বছৰ আৰুCommercial/Institutional Buildingত Electrical & Electronic System and Equipment/Installation কাম কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷Project Execution, Project Planning & Execution, Preparing আৰুBuilding & Monument Lighting and Illumination, Architectural Lighting and Illumination, Sound & Light Show, Multimedia Show Lighting and Sound Equipmentৰ জ্ঞান থকা হ’ব লাগিব৷PERT/CPM, Auto CADৰ জ্ঞান থকাটো বাঞ্ছনীয়৷ মাহে ৬০,০০০–১,৮০,০০০/৬৭,৭০০–২,০৮,৭০০ টকা লাভ কৰিব৷DGM-Ashok Travel & Tours পদৰ প্রার্থীMBA ডিগ্রীধাৰী নাইব Marketing & Sales/Tours/Travel/Tourism বিষয়ত দুবছৰীয়া পোষ্ট গ্রেজুৱেট ডিপ্ল’মাধাৰী/স্নাতকোত্তৰ হোৱাৰ লগতেTours and Travelsত ১২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ৬০,০০০–১,৮০,০০০/৬৭,৭০০–২,০৮,৭০০ টকা লাভ কৰিব৷Asst. Manager-Ashok Travel & Tours পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেTours/Travel/Air Ticketing বিভাগত ৪ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বছৰি ৪.৫ লাখ টকা লাভ কৰিব৷ আবেদন মাচুল হিচাপে ৫০০ টকা ভাৰতীয় পর্যটন উন্নয়ন নিগমৰ হকে পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈIndia Tourism Development Corporation Ltd.ৰ ৱেবছাইটhttps://itdc.co.in/careers লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ মে’, ২০২২৷

You might also like