নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগা লোকশিল্পী গুৰু ৰেৱবেন মাচাংভাক পদ্মশ্ৰী প্ৰদান

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ মণিপুৰৰ তাংখুল নগা লোকশিল্পী গুৰু ৰেৱবেন মাচাংভাক কলাত তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰী প্ৰদান কৰা হৈছে।

“মই সদায় লোকসংগীতৰ প্ৰতি আগ্ৰহী আছিলো। কিন্তু কেতিয়াও সংগীত বিদ্যালয়লৈ যোৱা নাছিলো। কেৱল ৰেডিঅ’ আৰু সংগীতজ্ঞসকলৰ কথা শুনিয়ে শিকিছিলো। মোক পুৰস্কৃত কৰা হৈছে বুলি জানি মই অত্যন্ত সুখী,” তেওঁ কয়।

You might also like