নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ জুন, আহাৰ মাহৰ ১১ তাৰিখ মঙলবাৰঃ তিথি–শুক্লা নৱমী, নক্ষত্রঃ হস্তা, যাত্রাঃ নাই মেষঃ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম ৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রত শুভ ফল ৷ দাম্পত্যত শুভ ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২ ৷ বৃষঃ আর্থিক…

তেজপুৰত চাকৰিত যোগদান কৰিব আহি লকআপত সোমাল ‘ভুৱা’ উপায়ুক্ত

বার্তা ব্যুৰ, ২৬ জুনঃ তেজপুৰ সদৰ থানাত ডি চি চাৰক চাবলৈ অগণন লোকৰ ভিৰ৷ আৰক্ষীও হতভম্ব ডি চি আৰু তেওঁৰ লগত থকা দেহৰক্ষীক দেখি৷ হিন্দী চিনেমাৰ অভিনেতা–ভিনেত্রীৰ লগত দেখা বাউন্সাৰৰ দৰে কলা পোছাক পৰিহিত এন এছ জি অথবা ব্লেককেট যেন লগা তিনিজনকৈ…

শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্রহণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৬ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রেক্ষাগৃহত অনুষ্ঠিত শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ তৃতীয় দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰে৷ উল্লেখ্য যে আজিৰ এই সমাৰোহত বিভিন্ন…

৬টা স্বাস্থ্যসেৱা প্রকল্প জনগণৰ সেৱাত উৎসর্গা মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৬ জুনঃ ৰাজ্যৰ স্বাস্থ্য সেৱা আৰু অধিক শক্তিশালীকৰণৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৬ টা নতুন স্বাস্থ্যসেৱা প্রকল্প অসমৰ জনসাধাৰণৰ…

অভিলেখৰ উপৰি অভিলেখ : বক্স অফিচত হাল্লাবোল শ্ৰী ৰঘুপতিৰ

বিশেষ বাৰ্তা, ২৬ জুনঃ  অভিলেখ ৰচিবলে ৰবি শর্মাৰ নৱতম ছবি শ্রী ৰঘুপতিয়ে৷ মুক্তিৰ পিছতে দর্শকৰ ব্যাপক সহাৰিত ছবিখনে প্রৱেশ কৰিছে ১০ কোটিৰ ক্লাবত৷  কোনো অসমীয়া ছবিয়ে ইয়াৰ আগে বক্স অফিচত ১০ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হোৱা নাই৷  কালি পর্যন্ত…

নগাঁৱত ব্যৱসায়ীলৈ অচিনাকি দুৰ্বৃত্তৰ গুলীচালনাত আহত এক

বিশেষ বাৰ্তা, ২৬ জুনঃ আজি নিশা প্ৰায় ন বজাত নগাঁও চহৰৰ সোণাইঘাটত অচিনাক্ত দুৰ্বৃত্তই গুলী চালনা কৰাত এজন ঔষধ ব্যৱসায়ী গুলীবিদ্ধ হয়। দুৰ্বৃত্তৰ গুলীচালনাত গুলীবিদ্ধ হৈ গুৰুতৰ ভাৱে আহত হোৱা লোকজনৰ নাম হাফিজুৰ ৰহমান। হাফিজুৰ ৰহমান নগাঁও…

নগৰবেৰাত চিকিৎসালয়ৰ ষ্ট’ৰ ৰুমত গৰুৱে খালে নথিপত্ৰ

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ৰখীয়া নাই চৰকাৰী চিকিৎসালয়ত খোলা দুৱাৰ পাই দুই দামুৰিয়ে ষ্ট’ৰ ৰুমত সোমাই খালে বহু দৰকাৰী নথি-পত্ৰ। কি চলিছে স্বাস্থ্য বিভাগত? গৰুৱে খালে চিকিৎসালয়ৰ বহু দৰকাৰী নথি। নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ষ্ট’ৰ ৰুমৰ…

ঈদৰ পূৰ্বে ঊৰ্ধ্বগামী ধুবুৰীত মাছ-মাংসৰ দাম

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ঈদৰ আগে আগে ধুবুৰীৰ মাছ-মাংসৰ বজাৰত এতিয়া জুই লাগিছে। ধুবুৰীৰ নিউ মাৰ্কেটৰ মুৰ্গী বজাৰত আজি গোটা ব্ৰয়লাৰ মুৰ্গীৰ খুচুৰা দৰ কেজি প্ৰতি ২০০ টকা হোৱাৰ বিপৰীতে কটা ব্ৰয়লাৰ মুৰ্গীৰ মাংসৰ প্ৰতি কেজিৰ দাম হৈছেগৈ ৩০০ টকা।…