নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক আব্দুল ৰৌফৰ মৃত্যুত ক’লা বেজ পৰিধান বকো প্ৰেছ ক্লাবৰ

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ যোৱা শনিবাৰে সন্ধিয়া নিৰুদ্দেশ হোৱা আৰু পিছদিনা কলহী নদীত মৃতদেহ উদ্ধাৰ হোৱা কামৰূপৰ ছয়গাঁও সমষ্টিৰ হাতীপাৰাৰ যুৱ সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ ৰহস্য জনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বকো প্ৰেছ ক্লাবে। মৃত…

যান-বাহন আইন কঠোৰভাৱে বলৱতৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৭ জুনঃ  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষৰ পৰা ভিডি কনফাৰেন্সিঙৰ জৰিয়তে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত…

নগৰবেৰা চিকিৎসালয়ৰ পয়ালগা অৱস্থা : গৰু-গাহৰিৰ বিচৰণস্থলীলৈ পৰ্যবসিত

নিয়মীয়া বাৰ্তা, ২৭ জুন : শেহতীয়াকৈ যেন ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পয়ালগা ছবিখন উন্মোচিত হৈছে নগৰবেৰাত। জোৰা টাপলি লগাই কানেকানমাৰি চলি আছে চিকিৎসা সেৱা। লক্ষাধিক লোকৰ স্বাস্থ্য সেৱা আৰু চিকিৎসাৰ একমাত্ৰ চিকিৎসালয় নগৰবেৰা খণ্ড প্ৰাঃ স্বাস্থ্য…

শিৱসাগৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত ত্ৰিশূল গোষ্ঠীৰ ভয়ংকৰ লুণ্ঠন

👉নৈপৰীয়া ৰাইজক দুৰ্য্যোগলৈ ঠেলি ১০ কোটি টকীয়া পথ নিৰ্মাণত বৃহত অনিয়ম 👉বিষয়া-অভিযন্তা-ঠিকাদাৰে মিলি লুটিলে কোটি কোটি টকা 👉বিশ দিনৰ পিছতো পানীদিহিংবাসীয়ে পোৱা নাই সবিশেষ তথ্য 👉১০ কোটিটকীয়া পথ নিৰ্মাণ কেলেংকাৰি গাপ দিয়াৰ বিস্ফোৰক অভিযোগ…

যোগাসনত দেশৰ হৈ সোণৰ পদক লাভ ডিব্ৰুগড়ৰ জগদীশ ভড়ালীৰ

বিশেষ বাৰ্তা, ২৭ জুনঃ দ্বিতীয় এছিয়া যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ-২০২৩ত ডিব্ৰুগড়ৰ জগদীশ ভড়ালীয়ে দেশৰ হৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাত ৰাজ্যখনৰ লগতে জিলাখনলৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হৈছে। পৰম্পৰাগত গোটত জগদীশ ভৰালীয়ে স্বৰ্ণ পদক লাভ…

ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাক্সেছ মীটত ময়ূৰ হাজৰিকাৰ অংশগ্ৰহণ

মহানগৰ বাৰ্তা, ২৭ জুন : পানীখাইতীস্থিত ডাউন টাউন বিশ্ববিদ্যালয়ত আজি চাক্সেছ মীট প্লেচমেণ্ট-২০২৩ অনুষ্ঠিত হয়। উল্লেখ্য যে দেশৰ অন্যতম আগশাৰীৰ জব অৰিয়েণ্টেড শিক্ষানুষ্ঠানখনে শিক্ষা প্ৰদান কৰাৰ সমান্তৰালকৈ প্লেচমেণ্টৰ ক্ষেত্ৰত বিশেষ ভূমিকা…

ধুবুৰীৰ বজাৰত জলকীয়া-আদাৰ জুইছাই দাম

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ ঈদৰ আগে আগে ধুবুৰীৰ বজাৰত শাক-পাচলিৰ মূল্য বৃদ্ধিৰ হাৰে সৰ্বসাধাৰণ ৰাইজৰ চকু কঁপালত তুলিছে।বজাৰত পাচলিৰ এই অস্বাভাৱিক মূল্যই ধুবুৰীৰ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।…

কেব চালকৰ প্ৰশিক্ষণৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিশেষ বাৰ্তা, ২৭ জুন : আজি গুৱাহাটী বিমানবন্দৰত এ এছ ডি এমৰ উদ্যোগত আয়োজিত ১০০ জন কেব চালকৰ আপস্কিলিং প্ৰগ্ৰেমৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে দক্ষতা, নিয়োগ, আৰু উদ্যোগীকৰণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। টেক্সি চালকৰ দক্ষতা বৃদ্ধি আৰু…

হেলিকপ্টাৰৰ জৰুৰী অৱতৰণৰ পিছতে হাস্পতাললৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী

বিশেষ বাৰ্তা, ২৭ জুনঃ মঙলবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে জলপাইগুৰিত উপস্থিত হয় তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ক্ৰান্তিত এখন ৰাজহুৱা সভাৰ পিছত তাৰ পৰা তেওঁ বাগডোগ্ৰা হৈ কলকাতালৈ উভতি যোৱাৰ কথা আছিল। কিন্তু…

দেশৰ জনগণ বিজেপিক পুনৰ জিকাবলৈ সংকল্পবদ্ধ : ভূপালত মোদী

✅মধ্যপ্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, কৰ্ণাটক, গোৱা, মহাৰাষ্ট্ৰত বন্দে ভাৰতৰ যাত্ৰাৰম্ভ ✅বিজেপিৰ প্ৰতিজন কৰ্মীৰ বাবে দেশৰ স্বাৰ্থ সৰ্বোচ্চ, দলতকৈ দেশ ডাঙৰ ✅বিজেপি কৰ্মী এ চি ৰুমত বহি পাৰ্টী চলাই ফতোৱা জাৰি কৰাসকলৰ দৰে নহয় ✅ভোটবেংকৰ ভোকাতুৰ…