পশ্চিম নলবাৰীৰ বানপীড়িত অঞ্চলত বিশেষ চিকিৎসা সেৱা
🔹 বিনামূলীয়াকৈ ঔষধ আৰু ছেনিটেৰী নেপকিন বিতৰণ
নিয়মীয়া বার্তা, ২৬ জুন : বানৰ সময়ত আৰু বানৰ পিছত বানপীড়িত অঞ্চলৰ লোকৰ শাৰীৰিক সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম নলবাৰীৰ বানাক্ৰান্ত অঞ্চলত নলবাৰী জিলা স্বাস্থ্য সমিতিৰ জিলাৰ মানসিক স্বাস্থ্য…