চিৰাঙৰ বেংতলত খহিল দুই কোটিটকীয়া শ্লুইচ গেট
🔴 শংকিত ৮ খন গাঁৱৰ কৃষক ৰাইজ
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ চিৰাং জিলাৰ বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত ডোমগাঁও-শালবাৰীস্থিত জলসিঞ্চন বিভাগৰ প্ৰকাণ্ড শ্লুইচ গেটখন কালি হঠাতে ভাগি পৰে। দুই কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা শ্লুইচ গেটখন নিজে নিজে…