হোলোংগুৰি চাহ বাগিচাৰ পানী টেংকীত সোমাল গিবনৰ হাতী পোৱালি : কথমপি প্ৰাণৰক্ষা
বিশেষ বাৰ্তা, ২৬ জুনঃ মৰিয়নিৰ হোলোঙাপাৰ গিবণ অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতী পোৱালি চাহ বাগিচাৰ পানী টেংকীত পৰি যোৱাৰ এক ঘটনা সংঘটিত হৈছে। অভয়াৰণ্যখনৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ পাল হোলোংগুৰি চাহ বাগিচাত প্ৰৱেশ কৰে।…