নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত স্কুল বাছৰ খুন্দাত নিহত স্কুলীয়া ছাত্ৰী

বিশেষ বাৰ্তা, ৮ জুনঃ পুৱাই পুৱাই মহানগৰীত হৃদয়বিদাৰক ঘটনা। স্কুলবাছৰ খুন্দাত প্ৰাণ গল স্কুলীয়া ছাত্ৰীৰ। ৰাজধানী মছজিদৰ সন্মুখত সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাটোত নিহত ছাত্ৰীগৰাকী হেঙেৰাবাৰী প্ৰিয়া কুমাৰী। স্কুটী চলাই গৈ থাকোঁতে বাছৰ খুন্দাত…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ জুন, জেঠ মাহৰ ২৪ তাৰিখ বৃহস্পতিবাৰঃ তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্রঃ শ্রৱণা, যাত্রাঃ শুভ মেষঃ এই ৰাশিৰ জাতক–জাতিকাই ফুৰা–চকাৰ ক্ষেত্রত সাৱধানে থাকিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷ সংখ্যা ৮৷ বৃষঃ আজি যাত্রা নকৰাই ভাল৷…

গৰমে দহিছে ৰাজ্য : গুৱাহাটীত তাপমাত্রাই চুলে ৩৮.৯ ডিগ্রী চেলচিয়াছৰ ঘৰ

উৎকট গৰম বিশেষ বাৰ্তা, ৭ জুনঃ কিছুদিন ধৰি উৎকট গৰমে দহিছে সমগ্র ৰাজ্য৷ বৰ্ধিত পাৰাস্তম্ভই ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্রাত ব্যাঘাত জন্মাইছে। লগে লগে বৰষুণৰ পৰিমাণ ৰাজ্যত পোৱাৰ পৰিপ্রেক্ষিতত তাপমাত্রা ক্রমান্বয়ে বৃদ্ধি পাইছে৷ বিশেষকৈ গুৱাহাটী…

দিল্লীত উপৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ মাজত পুনৰ নতুন বিবাদৰ সূত্ৰপাত

বিশেষ বাৰ্তা, ৭ জুনঃ দিল্লীত কেজৰিৱাল চৰকাৰ আৰু উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাৰ মাজত বিবাদ বাঢ়িছে। নতুন গোচৰটো দিল্লী চৰকাৰৰ অধীনলৈ অহা গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। কাইলৈ গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ…

ডিব্ৰুগড়ৰ কেঞ্চাৰ চেণ্টাৰত জুই

বিশেষ বাৰ্তা, ৭ জুনঃ ডিব্ৰুগড়ৰ কেঞ্চাৰ চেন্টাৰত অঘটন। আজি পুৱতিনিশা ডিব্ৰুগড়ৰ কেঞ্চাৰ চেণ্টাৰত এটা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত হঠাতে জুই লগাত ব্যাপক হুৱা-দুৱা লাগে। ফলত সমগ্ৰ চেন্টাৰটোত থকা ৰোগীৰ সহিতে অনান্য কৰ্মচাৰীসকল সম্ভাব্য বিপদৰ পৰা…

নিৰীহ অসমীয়াক হত্যাৰ প্ৰতিবাদত কাইলৈ ১২ ঘণ্টীয়া লখিমপুৰ-ধেমাজি জিলা বন্ধ

বিশেষ বাৰ্তা, ৭ জুনঃ কাইলৈ ৮ জুনৰ দিনা পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ ১২ ঘন্টীয়া লখিমপুৰ ধেমাজি জিলা বন্ধৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চই। ধেমাজি জিলাৰ জয় ৰামপুৰৰ পানবাৰীত সোমবাৰে তিনিজনকৈ অসমীয়া লোকক অৰুণাচলীয়ে গুলীয়াই হত্যা…

চমন জাৰিৰ পিছতো শুনানিত অনুপস্থিত অৰবিন্দ কেজৰিৱাল-সঞ্জয় সিং

বিশেষ বাৰ্তা, ৭ জুনঃ আম আদমি পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱাল আৰু সঞ্জয় সিং বুধবাৰে গুজৰাটৰ আদালতত অপৰাধমূলক মানহানিৰ গোচৰৰ শুনানিৰ বাবে হাজিৰ নহ’ল। দুয়োগৰাকী নেতাই গোচৰৰ সৈতে জড়িত নথি-পত্ৰ বিচাৰি আবেদন দাখিল কৰিব। আদালতে প্ৰথমে ১৫ এপ্ৰিলত…

ডিগবৈত ড্ৰাগছ সৰবৰাহত জড়িত মহিলাসহ আটক তিনি

নিয়মীয়া বাৰ্তা, ৭ জুন : ডিগবৈ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ সময়তে আজি পুনৰ এক ড্ৰাগছ বিৰোধী অভিযানত এগৰাকী মহিলাসহ তিনিজনক আটক কৰিবলৈ সক্ষম হয়। বিশেষ সুত্ৰৰ পম খেদি ডিগবৈ আৰক্ষীয়ে উপৰ মামৰণী অঞ্চলৰ পৰা লোক…

পাঠশালাত জনসম্পৰ্ক অভিযান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

নিয়মীয়া বাৰ্তা, ৭ জুনঃ পাঠশালাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সমাগত লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে দেশযুৰি আৰম্ভ কৰা জনসম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰে৷ প্ৰখৰ ৰ'দ আৰু উত্তাপকো নেওচি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালীত চলাইছে বিজেপিৰ জনসম্পৰ্ক…

ৰঙিয়া-হাজোত মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশেষ বাৰ্তা, ৭ জুন : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ৰঙিয়া আৰু হাজো সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চল ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত নিৰ্মাণৰত আৰু মেৰামতি হৈ থকা মথাউৰিৰ কাম পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে ৰঙিয়াৰ বগৰীবাৰীত গৈ…