নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ ৱেষ্টাৰ্ন নেভেল কমাণ্ড পৰিদৰ্শন জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

বিশেষ বাৰ্তা, ৮ জুনঃ ভাৰতৰ সৈতে প্ৰতিৰক্ষা সম্পৰ্ক সুদৃঢ় কৰিবলৈ জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্টোৰিয়াছে ৱেষ্টাৰ্ন নেভেল কমাণ্ড (ডব্লিউ এন চি) আৰু মুম্বাইৰ মাজাগন ডক ভ্ৰমণ কৰে। জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্টোৰিয়াছৰ…

‘নিয়মীয়া বার্তা’ৰ উপ–সম্পাদক কুমুদ তালুকদাৰলৈ ৰমেশ চন্দ্র নাথ সোঁৱৰণী সাংবাদিক বঁটা

📌নর্থ গুৱাহাটী জার্নেলিষ্ট ফ’ৰামৰ সাংবাদিক বঁটা ঘোষণা নিয়মীয়া বার্তা, ৮ জুনঃ উত্তৰ গুৱাহাটী অঞ্চলৰ আগশাৰীৰ সাংবাদিক সংগঠন নর্থ গুৱাহাটী জার্নেলিষ্ট ফ’ৰামে সাংবাদিকসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে অসমৰ সংবাদ জগতলৈ বিশেষ অৰিহণা যোগাই অহা এগৰাকী…

বিহালী কাছকটা প্ৰাথমিক বিদ্যালয়ত  উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ১৪ প্ৰাৰ্থীক অভিনন্দন

বিশেষ বাৰ্তা, ৮ জুনঃ বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰাংছালী কাছকটা প্ৰাথমিক বিদ্যালয়ত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ উক্ত অঞ্চলৰ ১৪গৰাকী কৃতী ছাত্ৰীক  সম্বৰ্ধনা জনোৱা হয় । ইয়াৰে দহগৰাকী কাছকটা প্ৰাথমিক বিদ্যালয়ৰ…

নগৰবেৰাৰ কল্যাণপুৰত চাঞ্চল্যকৰ চুৰিকাণ্ড

নিয়মীয়া বাৰ্তা, ৮ জুনঃ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নায়টৰ- কল্যাণপুৰ আঞ্চলিক হাফিজীয়া মাদ্ৰাছাৰ দান বাকচৰ তলা ভাঙি চোৰে নিলে ৰাইজৰ দান-বৰঙণিৰ ধন। ইয়াৰ পূৰ্বেও দান বাকচৰ তলা ভাঙি কেইবাবাৰো চোৰে অনুৰূপ তাণ্ডৱ চলোৱাৰ উল্লেখ কৰে | নিশা তলা…

ঘিলামৰাত অৰ্গেনিক কৃষি সেৱা গোটৰ জৈৱিক সাৰৰ উৎপাদন কেন্দ্ৰ উদ্বোধন-সজাগতা সভা

নিয়মীয়া বাৰ্তা, ৮ জুনঃ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ঘিলামৰা মইনাপৰাৰ অৰ্গেনিক কৃষি সেৱা গোটৰ জৰিয়তে স্থাপন কৰা জৈৱিক সাৰ উৎপাদন কেন্দ্ৰৰ আজি শুভ উদ্বোধন কৰে North East Institute of science and Technology…

অশান্ত মণিপুৰত গ্ৰেনেড উদ্ধাৰ সেনাৰ : বিএছএফ জোৱান শ্বহীদ

বিশেষ বাৰ্তা, ৮ জুনঃ যোৱা এমাহ ধৰি মণিপুৰ জাতিগত হিংসাৰ জুইত জ্বলি আছে, আনহাতে স্থানীয় আৰু কেন্দ্ৰীয় প্ৰশাসনে এই জুই নিৰ্বাপণৰ চেষ্টা চলাইছে। বুধবাৰে এনে এটা গোচৰত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযানৰ সময়ত এখন গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ…

মিছন লোকসভা : ৰণশিঙা বজোৱাৰ লক্ষ্যৰে পঞ্জাবত অমিত শ্বাহ-জে পি নড্ডাৰ

বিশেষ বাৰ্তা, ৮ জুনঃ পঞ্জাৱত বিজেপিয়ে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত। যিটো আৰম্ভ হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সমাৱেশৰ পৰা। ১৪ জুনত জে পি নাড্ডাই…

ডিক’ডিং জীৱন : বিচাৰক ময়েই

পার্থসাৰথি মহন্ত কি এক অনুভৱ কি এক অনুভূতি বিচাৰক মই৷ ময়েই বিচাৰক৷ ন্যায়–ন্যায়ৰ বিচাৰ মই কৰোঁ৷ হক–বিহকৰ বিচাৰ মই কৰোঁ৷ ভুল–শুদ্ধৰ ৰায় মই দিওঁ৷ মোক কোনেও একো কৰিব নোৱাৰে৷ নোম এডালো লৰাব নোৱাৰে৷ চুব নোৱাৰে৷ মই সর্বশক্তিমান, সর্বজ্ঞানী৷…

গুজৰাটৰ ঈশ্বৰ : ১৬ হাজাৰ হার্টৰ অপাৰেচন কৰোঁতা গৌৰৱ গান্ধীৰ মৃত্যু

বিশেষ বাৰ্তা, ৮ জুনঃ ৰোগীৰ ওচৰত তেওঁ ভগৱানৰ মর্যাদা লাভ কৰিছিল৷ নিজস্ব দক্ষতাৰ দ্বাৰা ১৬ হাজাৰৰো অধিক হূদ ৰোগীৰ অস্ত্রোপচাৰ কৰিছিল গুজৰাটৰ বিশেষজ্ঞ চিকিৎসক গৌৰৱ গান্ধীয়ে৷ মাত্র ৪১ বছৰ বয়সতে ইমানসংখ্যক ৰোগীৰ হার্টৰ অপাৰেচন সফলভাৱে সম্পন্ন…

সম্পাদকীয় : পৃথিৱীৰ খোলা খনন

জীৱশ্রেষ্ঠ মানৱে বাস্তৱ জগতখনৰ অর্থাৎ চাক্ষুষ জগতখনৰ সকলো বস্তু নিজৰ দখললৈ অনাৰ চেষ্টা কৰাটো স্বভাৱজাত কথা৷ ইয়াৰ উপৰি মানৱে কল্পনাৰ জগতখনো নিজৰ কৰি ল’ব খোজে৷ মানৱ জাতিৰ এই অনুসন্ধিৎসু মনৰ বাবে বিশ্বৰ দেশসমূহৰ মাজতো এক ধৰণৰ প্রতিযোগিতা আৰম্ভ…