ইউপিএছচিত সফলতাৰে বজালীৰ বৰভালুকীৰ নাম উজলালে নিবেদিতাই
নিয়মীয়া বাৰ্তা, ২৩ মেঃ আজি ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ৮৪৮ নং স্থান লাভ কৰি বজালীৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বজালীৰ ভালুকীৰ কন্যা নিবেদিতা দাসে৷ উল্লেখ্য যে…