লখিমপুৰত আনন্দ মিশ্ৰ কঁপনি : সন্ত্ৰস্ত ঢকুৱাখনাৰ চোৰাং গৰু-ড্ৰাগছ সৰবৰাহকাৰী
নিয়মীয়া বাৰ্তা, ২৩ মেঃ নকল সোণ, নকল টকা আদিৰ চুৰাং ব্যৱসায়ী আৰু অপৰাধীৰ ঘাটিত পৰিণত হোৱা লখিমপুৰ জিলাত আৰক্ষী অধিক্ষক হিচাপে যোগদান কৰিয়েই অপৰাধীৰ ঘাটি নিৰ্মূল অভিযানত নামি পৰা SP আনন্দ মিশ্ৰৰ আগমনে সাধাৰণ জনতাৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ…