নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত আশাপ্ৰদ ফলাফল : সমাজ বিজ্ঞানত অংকিতাৰ সৰ্বোচ্চ নম্বৰ : সন্যাক কেন্দ্ৰটোৰ শ্ৰেষ্ঠ ছাত্ৰ

বিশেষ বাৰ্তা, ২২ মে : আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত নাহৰকটীয়া অঞ্চলৰ বিদ্যালয়সমূহে সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত জয়পুৰ জাতীয় বিদ্যালয়, কুঁৱৰীগাঁও সীতাৰাম টোডী জাতীয় বিদ্যালয় আৰু উষাপুৰ উচ্চতৰ মাধ্যমিক…

অষ্টম স্থানত উজ্বলিল ধলপুৰৰ কুলদীপ হাজৰিকা

ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উৎসাহৰ ঢৌ  শিক্ষক-শিক্ষাৰ্থীয়ে কুলদীপক লৈ ৰাজপথত শোভাযাত্ৰা নিয়মীয়া বাৰ্তা, ২২ মে:- আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ দহটা স্থানৰ ভিতৰত অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে…

বাহাৰঘাট শঙ্কৰদেৱ বিদ্যা নিকেতনত আনন্দৰ জোৱাৰ: ৫৯২ নম্বৰেৰে তৃতীয় স্থানত মৃগাংক ভট্টাচাৰ্য্য 

বাহাৰঘাট শঙ্কৰদেৱ বিদ্যা নিকেতনত আনন্দৰ জোৱাৰ: তৃতীয় স্থানত মৃগাংক ভট্টাচাৰ্য্য  নিয়মীয়া বাৰ্তা, ২২মে': এশ শতাংশ উত্তীৰ্ণ ৰে উজলাই তুলিলে শঙ্কৰদেৱ বিদ্যা নিকেতন ,বাহাৰঘাট । নলবাৰী জিলাৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান শঙ্কৰদেৱ বিদ্যা…

ষ্টাৰ নম্বৰেৰে জিলিকিল হ’কাৰৰ পুত্ৰ কপিলজিত

নিয়মীয়া বাৰ্তা, ২২ মেঃ আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰেৰে উজলিল নতুন বজাৰ কলেজ কলনিৰ দৰিদ্ৰ পৰিয়ালৰ কপিলজিত শইকীয়া৷ উজনি মাজুলীৰ বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত…

নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নত ফলাফল; ছাত্ৰী বন্দনা ৰাভাই লাভ কৰিলে ডিষ্টিংচন

নিয়মীয়া বাৰ্তা:২২ মে : সমগ্ৰ ৰাজ্যখনত আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শোণিতপুৰ চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । প্ৰাপ্ত তথ্য অনুসৰি , বিদ্যালয়খনৰপৰা এইবেলি প্ৰথম…

খনামুখৰ খনামুখ মডেল একাডেমীৰ ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ

নিয়মীয়া বাৰ্তা:২২ মে :: আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বালিপৰাৰ সমীপৱৰ্তী খনামুখৰ অগ্ৰণী শিক্ষানুষ্ঠান খনামুখ মডেল একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকল এশ শতাংশ উত্তীৰ্ণ হোৱাত অঞ্চলটোৰ ৰাইজ, শিক্ষক সমাজে সন্তোষ প্ৰকাশ কৰিছে ।…

অপৰাধীৰ বুকুত কপনি তুলি লখিমপুৰত ভৰি দিলে আনন্দ মিশ্ৰই

নিয়মীয়া বাৰ্তা, ২২ মে': লখিমপুৰৰ অপৰাধ জগতৰ বাবে দুখবৰ। অপৰাধীৰ বুকুত কপনি তুলি আজি  সন্ধিয়া লখিমপুৰত ভৰি দিলে জিলা খনৰ নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। নকল সোণ, জাল নোটৰ অভিকেন্দ্ৰ স্বৰূপ লখিমপুৰত দীর্ঘদিন ধৰি এখন কলা সাম্ৰাজ্য চলি…

ডিক’ডিং জীৱনঃ মই কোন চোৱা

পার্থসাৰথি মহন্ত ‘চিনি পোৱা নাই মোক’? এতিয়া আৰু কোৱাৰ দৰকাৰ নাই৷ মানুহে মই কোন বুলি ভবাটো বিচাৰোঁ, সেয়া বুজাই দিয়াটো এতিয়া সহজ হৈ গ’ল৷ সামাজিক মাধ্যম৷ হয়, সামাজিক মাধ্যমত আমি দিয়া প’ষ্ট আৰু আপল’ডেৰে সুন্দৰকৈ বুজাই দিব পাৰি…

গুৱাহাটীত প্রতিবাদত নিষেধাজ্ঞাঃ ১৪৪ ধাৰা জাৰি কৰি আৰক্ষী আয়ুক্তৰ বিশেষ নির্দেশনা

নিয়মীয়া বাৰ্তা, ২২ মে': গুৱাহাটী মহানগৰীত প্রতিবাদ–ধর্ণাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে গুৱাহাটী আৰক্ষী আয়ুক্তই৷ এক নির্দেশনাযোগে আৰক্ষী আয়ুক্তই আজিৰে পৰা কার্যকৰী হোৱাকৈ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনৰ তিনিখন আৰক্ষী জিলা ক্রমে পূব,…

ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ হৃদম ঠাকুৰীয়া

নিয়মীয়া বাৰ্তা, ২২ মে': আজি ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে SEBAই ঘোষণা কৰিলে এই ফলাফল। ১০টাকৈ ৱেবছাইটত ঘোষণা কৰা হৈছে এইবাৰৰ মেট্ৰিকৰ ফলাফল। প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ হৃদম ঠাকুৰীয়া। শংকৰদেৱ শিশু নিকেতন,…