অসংখ্য আগ্নেয়গিৰি, সঘন অগ্ন্যুৎপাতৰ নতুন গ্রহ আৱিষ্কাৰ ‘নাছা’ৰ
নিয়মীয়া বাৰ্তা, ২২ মে': মহাকাশত আৰু এটা নতুন গ্রহৰ সন্ধান লাভ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই৷ ‘নাছা’ৰ বিজ্ঞানীসকলে সদৰী কৰা অনুসৰি এই নতুন গ্রহটো পৃথিৱীৰ পৰা বেছি দূৰৈত নাই৷ কিন্তু এই গ্রহটোৰ আছে এক অন্যধৰণৰ বৈশিষ্ট্য৷ গ্রহটোত…